মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

ইতিহাস

  • সংগ্ৰহালয় সঞ্চালকালয় আগতে প্ৰত্নতত্ব আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত আছিল। ১৯৮৩ চনৰ ২ জুন তাৰিখে ই দুখন সঞ্চালকালয় অৰ্থাত্ (১)সংগ্ৰহালয় সঞ্চালকালয় আৰু (২) প্ৰত্নতত্ব সঞ্চালকালয়লৈ দ্বিখণ্ডিত কৰা হৈছিল। সংগ্ৰহালয় সঞ্চালকালয়ৰ লক্ষ্য হল নৱ প্ৰজন্মৰ বাবে অসমৰ সকলো পৰাচীন সম্পদ আৰু কলা সামগ্ৰীৰ বিজ্ঞানসন্মতভাৱে সংগ্ৰহ আৰু সংৰক্ষ কৰা।