মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

অসম ৰাজ্যিক সংগ্ৰহালয়

  • অসম ৰাজ্যিক সংগ্ৰালয়টি কামৰূপ অনুসন্ধান সমিতিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেতিয়াৰ অবিভক্ত অসমৰ ৰাজ্যপাল ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা ১৯৪০ চনৰ ২১ এপ্ৰিল তাৰিখে মুকলি কৰা হৈছিল। ১৯৫৩ চনত অসম চৰকাৰৰ দ্বাৰা প্ৰাদেশিক সংগ্ৰহালয়টি গ্ৰহণ কৰা হৈছিল আৰু শিক্ষা বিভাগৰ সংগ্ৰহালয় আৰু প্ৰত্নতত্বৰ অধীনত স্থাপন কৰা হৈছিল। পৰৱৰ্ত্তী সময়ত, প্ৰণালীবদ্ধ আৰু সঠিক ব্যৱস্থাপনাৰ বাবে ১৯৮৩ চনত দুটা পৃথক সংস্থা, সেয়া হল সংগ্ৰহালয় আৰু প্ৰত্নতত্ত্বৰ সঞ্চালকালয় স্থাপন কৰা হৈছিল।