মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

পুথিভঁৰাল আৰু প্ৰকাশন

                                  ১৯৮৪ চনত অসমৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ আনন্দ চন্দ্ৰ আগৰৱালা পুথিভঁৰাল স্থাপন কৰা হৈছিল। এইটো এটা প্ৰাসঙ্গিক পুথিভঁৰাল। এই পুথিভঁৰালটোত ৭০০০খনতকৈ অধিক গ্ৰহন্থ আছে। তলত দিয়া ধৰণে গ্ৰন্থসমূহ ভাগ কৰা হৈছে- (ক)সংগ্ৰহালয় সংক্ৰান্তীয়, (খ) প্ৰত্নতত্ব, (গ) ইতিহাস, (ঘ) সাহিত্য, (ঙ) ভূগোল, (চ) জীৱনী, (ছ) কলা, (জ) ধৰ্ম, (ঝ) সমাজবিদ্যা, (ঞ) সাময়িক পত্ৰিকা, (ট) মুদ্ৰা সংক্ৰান্তীয়।

            উপলব্ধ অন্য গ্ৰন্থসমূহৰ ভিতৰত আছে, শৈল ভাস্কৰ্য্যৰ তালিকা, হস্তলিপি চিত্ৰ, মধ্যযুগীটা মুদ্ৰাৰ তালিকা, অসমৰ সাংস্কৃতিক সম্পদৰ সঞ্চিত পুথি, অনাদি পতন অসম চৰকাৰৰ তেতিয়াৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আই.এ.এছ.ৰ দ্বাৰা মুকলি হোৱা এখন বৰ্ণনাত্মক হস্তলিপি। কেইখনমান গ্ৰন্থৰ তালিকা তলত উল্লেখ কৰা হল-

            (১) অসমৰ প্ৰাচীন সম্পদসমূহ, ৪৮ পৃষ্ঠা, সংশোধিত সংকলন, সম্পাদনা- এম.চি. দাস, ১৯৮৪, ৬.০০ টকা (ছপা শেষ)

            (২) অসমৰ প্ৰত্নতাত্বিক ঐতিহ্য, ১৬ পৃষ্ঠা, ১৯৭৬, ১ টকা      

            (৩) অসমৰ ৰাজ্যিক সংগ্ৰহালয়ৰ হাতপুথি, ১২ পৃষ্ঠা

                         -ড০ আৰ.ডি. চৌধুৰী,১৯৫৯

            (৪) সংগ্ৰহালয় বিজ্ঞানৰ এটি চমু টোকা (অসমীয়া), ৪১ পৃষ্ঠা

                 গিৰিশ চন্দ্ৰ লহকৰ, ১৯৭৪, ২ টকা (প্ৰকাশিত ৰূপত নাই/ছপা শেষ)

           (৫) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড ১ৰ পৰা ৩লৈ

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী (ছপা শেষ)

           (৬) অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিবেদন, খণ্ড ৪, ৭৪ পৃষ্ঠা

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮২, ৫ টকা

           (৭) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড ৫, ৬৪ পৃষ্ঠা

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৫, ১ টকা

           (৮) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড ৬, ১২৪ পৃষ্ঠা

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৫, ৬ টকা

           (৯) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড ৭, ৮৬ পৃষ্ঠা

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৫, ৬ টকা

           (১০) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড ৮, ১৫০ পৃষ্ঠা

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৬, ৬ টকা

           (১১) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড ৯, ৯৫ পৃষ্ঠা

            সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৬, ৬ টকা

            (১২) উত্তৰ পূব ভাৰতত মুদ্ৰা সংক্ৰান্তীয় অধ্যয়নৰ এক উত্স গ্ৰন্থ,

খণ্ড ৯, ৯৫ পৃষ্ঠা, খণ্ড-১, ২০৭ পৃষ্ঠা, সংকলন – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৬, ১০০ টকা

            (১৩) উত্তৰ-পূব ভাৰতত মুদ্ৰা সংক্ৰান্তীয় অধ্যয়নৰ এক উত্স গ্ৰন্থ, খণ্ড-৯, ৯৫ পৃষ্ঠা, খণ্ড-২, ১৫২ পৃষ্ঠা, সংকলন – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৭, ১০০ টকা

            (১৪) আমি তেওঁলোকক স্মৰণ কৰো, ৪১ পৃষ্ঠা, খণ্ড-৯, ৯৫ পৃষ্ঠা, সংকলন – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৭, ৬ টকা

            (১৫) অসমৰ ভাস্কৰ্য্যসমূহ, ২০ পৃষ্ঠা,

                   বৰ্ণনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৭, ১০ টকা

            (১৬) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ লিপিসমূহৰ তালিকা , ৪৬ পৃষ্ঠা

                   বৰ্ণনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৭, ৬০ টকা

            (১৭) অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিবেদন, খণ্ড ১০, ৫৬ পৃষ্ঠা,

                    সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৮, ১০ টকা

            (১৮) অসমৰ পূৰাতাত্ত্বিক চৰ্চাৰ অগ্ৰগতি

                   সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৮, ৪০ টকা

            (১৯) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ধাতৱীয় ভাস্কৰ্য্যসমূহৰ তালিকা (ছপা শেষ)

                    সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৮, ৬০ টকা

            (২০) অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিবেদন, খণ্ড ১১, ৭৮ পৃষ্ঠা,

                    সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ১৯৮৯, ১০ টকা

            (২১) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ পঞ্চাশ বছৰ, ৬০ পৃষ্ঠা, ১৯৯০

                   সম্পাদনা – ড০ আৰ.ডি. চৌধুৰী, ৫০ টকা (ছপা শেষ)

            (২২) অসমৰ দুৰ্দশাগ্ৰস্ত সত্ৰ সংৰক্ষণ (অসমীয়া), ৫৯ পৃষ্ঠা

                     সম্পাদনা – শ্ৰী শিৱানন্দ শৰ্মা, ১৯৯০, ৩০ টকা (ছপা শেষ)

            (২৩) অসমৰ দুৰ্দশাগ্ৰস্ত সত্ৰসমূহ – পঞ্চাশ বছৰীয়া ঐতিহ্যৰ সংকট (অসমীয়া), ৭২ পৃষ্ঠা

                     সম্পাদনা – শ্ৰী শিৱানন্দ শৰ্মা, ১৯৯০, ২০ টকা (ছপা শেষ)

            (২৪) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন/(সোণালী জয়ন্তী সংখ্যক), খণ্ড ১২, ১৪০ পৃষ্ঠা

                     সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী, ১৯৯১, ২০ টকা

            (২৫) হাফলঙৰ জিলা সংগ্ৰহালয়ৰ তালিকা, হাফলং, ১৬ পৃষ্ঠা

                      সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু এইছ. হালৈ, ১৯৯২, ১৫ টকা

            (২৬) তেজপুৰ জিলা সংগ্ৰহালয়ৰ তালিকা, তেজপুৰ, ৪৯ পৃষ্ঠা

                      সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু ড০ এছ. আহমেদ, ১৯৯২, ২০ টকা

            (২৭) ডিফু জিলা সংগ্ৰহালয়ৰ তালিকা, ডিফু, ১৬ পৃষ্ঠা

                       সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু এন. আনম, ১৯৯২, ২০ টকা

            (২৮) কোকৰাঝাৰৰ জিলা সংগ্ৰহালয়ৰ তালিকা, কোকৰাঝাৰ, ৩১ পৃষ্ঠা

                       সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু শ্ৰী শিৱানন্দ শৰ্মা, ১৯৯২, ২০ টকা

            (২৯) হামৰেণ উপ-বিভাগীয় সংগ্ৰহালয়ৰ তালিকা, হামৰেণ, ৪১ পৃষ্ঠা

                       সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু মিছ প্ৰণতি বৰ্মন, ১৯৯২, ২০ টকা

            (৩০) বৰপেটা জিলা সংগ্ৰহালয়ৰ তালিকা, বৰপেটা, ৪৮ পৃষ্ঠা

                        সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু নিপেন্দ্ৰ নাথ ৰয়, ১৯৯৩, ২০ টকা

            (৩১) ধুবুৰী জিলা সংগ্ৰহালয়ৰ তালিকা, ধুবুৰী, ১৮ পৃষ্ঠা

                        সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু মিছ কবিতা দেৱী, ১৯৯৪, ২০ টকা

            (৩২) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৩, ৯৬ পৃষ্ঠা

                        সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী, ১৯৯৪, ২০ টকা

            (৩৩) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ শৈল ভাস্কৰ্যসমূহৰ তালিকা, ৮৬ পৃষ্ঠা

                        বৰ্ণনা – ড০ আৰ. ডি. চৌধুৰী, ১৯৯৮, ২০০ টকা

            (৩৪) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৪, ৬৮ পৃষ্ঠা

                        সম্পাদনা – সমীৰণ বৰুৱা, ১৯৯৮, ২০ টকা

            (৩৫) সত্ৰ সংৰক্ষণ, ১৪৩ পৃষ্ঠা, সম্পাদনা – ড০ ৰামচৰণ ঠাকুৰীয়া , ১৯৯৪, ৩০ টকা (ছপা শেষ)

            (৩৬) মঙলদৈ জিলা সংগ্ৰহালয়ৰ তালিকা, মঙলদৈ

                        সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু শ্ৰী সুনীল কুমাৰ গোস্বামী, ১৯৯৮, ২০ টকা

            (৩৭) হস্তলিপি চিত্ৰ, ১২৯ পৃষ্ঠা

                        সম্পাদনা – ড০ আৰ. ডি. চৌধুৰী আৰু চূড়ামণি নন্দগোপাল, ১৯৯৮, ৩০০ টকা

            (৩৮) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৫, ৭১ পৃষ্ঠা

                        সম্পাদনা – ড০ আৰ. চি. দাস, ২০০০, ২০ টকা

            (৩৯) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৬, ৬৪ পৃষ্ঠা

                        সম্পাদনা – ড০ আৰ. চি. দাস, ২০০১, ১০০ টকা

            (৪০) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৭,

                        সম্পাদনা – ড০ চৰহৰউদ্দিন আহমদ, ২০০৬, ১০০ টকা

            (৪১) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৮

                        সম্পাদনা – ড০ চৰহৰউদ্দিন আহমদ, ২০০৮, ১০০ টকা

            (৪২) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ মুধ্যযুগীয়া মুদ্ৰাৰ তালিকা

                        সম্পাদনা – ডেনিছ মঈন, ২০১০, ৬০০ টকা

            (৪৩) অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্ৰতিবেদন, খণ্ড-১৯

                        সম্পাদনা – শ্ৰী ৱাই. এছ. ৱুং লেং টন, ২০১২, ১০০ টকা

            (৪৪) অসমৰ সাংস্কৃতিক সম্পদৰ সচিত্ৰ পুথি,

                        সম্পাদনা – শ্ৰী ৱাই. এছ. ৱুং লেং টন, ২০১২, ২০০ টকা

            (৪৫) এখন বৰ্ণনায়িত অনাদি পতন

                        সম্পাদনা – ড০ নৰেন কলিতা, ২০১৩, ২৫০০ টকা (১০ শতাংশ ৰেহাই – ২,২৫০ টকা)

            (৪৬) ছবি সন্বলিত পোষ্ট কাৰ্ড, ৫ টকা

            (৪৭) অনুকল্প (বিষুণ, বুদ্ধ, মনসা, মহিষমদ্ৰিনী (দুৰ্গা) বিষ্ণু (মত্স্যৱতাৰ), ১০০ টকা/৫০ টকা