মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

অসম ৰাজ্যিক যাদুঘৰৰ অনুপম কৃতিসমূহ

অসম ৰাজ্যিক যাদুঘৰ হৈছে উত্তৰ পূৱ ভাৰতৰ প্ৰথম যাদুঘৰ। অসম আৰু উত্তৰ পূৱ অঞ্চলৰ সামাজিক-সাংস্কৃতিক বুৰঞ্জীক প্ৰতিফলিত কৰা অমূল্য সম্পদ সমূহ ইয়াত আছে। অসম ৰাজ্যিক যাদুঘৰৰ ১৩,৮০২ টা সম্পদ আছে আৰু তাৰে ১,৬২১ ইয়াত ৪২ টা অনুপম কৃতি আছে আৰু তাৰে কিছুমান তলত উল্লেখ কৰা হ’ল।

সম্পদৰ নাম - বুদ্ধ
পোৱা ঠাই - বিহাৰ
সময় - আনুমানিক ১১ শ শতিকা

সম্পদৰ নাম- নটৰাজ
পোৱা ঠাই-আমবাৰী, গুৱাহাটী
সময় - আনুমানিক ১৩শ-১৪ শ শতিকা

সম্পদৰ নাম- বুদ্ধ (Paperpulp)
পোৱা ঠাই-বৰফাপেয়াল বুদ্ধ বিহাৰ
সময়- সময়-আনুমানিক ১৯ শ শতিকা

সম্পদৰ নাম- কাঁহৰ ঘন্টাl
পোৱা ঠাই-ওডাল বাক্ৰা , কাহিলীপাৰা, গুৱাহাটী
সময়- সময়-আনুমানিক ৯ম-১০ম শতিকা

সম্পদৰ নাম- মহিষ মৰ্দ্দিনী(ব্ৰঞ্জ)
পোৱা ঠাই-ওডাল বাক্ৰা , কাহিলীপাৰা , গুৱাহাটী
সময়-আনুমানিক ৯ম-১০ম শতিকা

সম্পদৰ নাম- নাগজৰী খনিকৰ গাওঁ
পোৱা ঠাই-খনিকৰ গাওঁ ,গোলাঘাট
সময়-৫ ম শতিকাৰ আগভাগ

সম্পদৰ নাম- নামঘৰ(আৰ্হি) অসমীয়া প্ৰাৰ্থনা গৃহ

সম্পদৰ নাম- জাপানী বোমা
পোৱা ঠাইঃ- কোহিমা , নাগালেণ্ড
সময়-আনুমানিকঃ- ১৬শ শতিকা

সম্পদৰ নাম- সৰ্প স্তম্ভ
পোৱা ঠাইঃ- শদিয়া
সময়-আনুমানিকঃ- ১৬শ শতিকা

সম্পদৰ নাম- বিষ্ণু
পোৱা ঠাই-উলুবাৰী , গুৱাহাটী
সময়-আনুমানিকঃ-১০-১২ শ শতিকা

সম্পদৰ নাম- জনজাতীয় দুৰ্গা
পোৱা ঠাই-মঙলদৈ
সময়-মধ্য যুগৰ পিছৰ ছোৱা

সম্পদৰ নাম- ষ্টেন থান
পোৱা ঠাই- কোহিমা, নাগালেণ্ড
সময়-আনুমানিকঃ-২য় মহা্যুদ্ধ