মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ সংগ্ৰহালয়ৰ সঞ্চালকালয়

সংগ্ৰহালয়সমূহৰ সঞ্চালকালয়ৰ অধীনৰ সংগ্ৰহালয়সমূহ

(১) ধুবুৰী জিলা সংগ্ৰহালয়

স্থাপনৰ বছৰ – ৬ জুলাই, ১৯৯৮

মাটি কালি – ১ কঠা ১০ লেছা

ভৱনৰ সবিশেষ – পুথিভঁৰালৰ ভৱনৰ পৰা সংগ্ৰহালয়টি কাৰ্যকৰী হৈ আছে।

সংগ্ৰহ – প্ৰায় ৮৫০ বিধ সামগ্ৰী

অৱস্থান – প্ৰথম মহলা, জিলা পুথিভঁৰাল প্ৰাঙ্গন, ধুবুৰী

(২) নীলিমা বৰুৱা লোককলা সংগ্ৰহালয়, গোৰীপুৰ (ধুবুৰী সংগ্ৰহালয়ৰ শাখা)

স্থাপনৰ বছৰ

মাটি কালি – ২ কঠা ১২ লেছা

ভৱনৰ সবিশেষ – আৰ.চি.চি. ভৱন নহয়

সংগ্ৰহ – ৭০০ বিধ সামগ্ৰী

অৱস্থান – বিষ্ণু ৰাভা পথ, গৌৰীপুৰ, ধুবুৰী

(৩) বৰপেটা জিলা সংগ্ৰহালয়, বৰপেটা

স্থাপনৰ বছৰ – ১৯৮৭

মাটি কালি – ৫ বিঘা

ভৱনৰ সবিশেষ – এটা ভাৰাত লোৱা প্ৰাঙ্গনৰ পৰা কাম-কাজ চলাই থকা হৈছে

সংগ্ৰহ – প্ৰায় ৬০০ বিধ সামগ্ৰী

অৱস্থান – ৱাৰ্ড নং -১ , বিলৰটৰিহাতী, বৰপেটা- ৭৮১৩০১

(৪) জিলা সংগ্ৰহালয়, মঙলদৈ

স্থাপনৰ বছৰ – ১৯৮৭

মাটি কালি – ১ বিঘা ৪ কঠা ১০ লেছা

ভৱনৰ সবিশেষ – আৰ.চি.চি. ভৱন

সংগ্ৰহ – ৫০০ বিধ সামগ্ৰীতকৈ অধিক

অৱস্থান

(৫) জিলা সংগ্ৰহালয়, তেজপুৰ

স্থাপনৰ বছৰ – ১৯৯৬

মাটি কালি

ভৱনৰ সবিশেষ – অসম আৰ্হিৰ বাংলো

সংগ্ৰহ – ৮০০ বিধ সামগ্ৰীতকৈ অধিক

অৱস্থান – উপায়ুক্তৰ কাৰ্যালয়ৰ বিপৰীতে দিশে, তেজপুৰ

(৬) জিলা সংগ্ৰহালয়, নগাঁও

স্থাপনৰ বছৰ – ১৯৯৬

মাটি কালি – ৩ কঠা ৬ লেছা

ভৱনৰ সবিশেষ – নিৰ্মীয়মান অৱস্থাত থকা দু-মহলীয়া আৰ.চি.চি. ভৱন

সংগ্ৰহ – ৫০ টাতকৈ অধিক কাঠৰ ভাস্কৰ্য্য

অৱস্থান

(৭) গোপীনাথ বৰদলৈ স্মাৰক সংগ্ৰহালয়, ৰহা, নগাঁও জিলা

স্থাপনৰ বছৰ

মাটি কালি

ভৱনৰ সবিশেষ – নিজা অসম আৰ্হিৰ ভৱন

সংগ্ৰহ – ৩৫ বিধ সামগ্ৰীতকৈ অধিক

অৱস্থান

(৮) জিলা সংগ্ৰহালয়, যোৰহাট

স্থাপনৰ বছৰ – ১৯৯৬

মাটি কালি – ২ কঠা ৫ লেছা

ভৱনৰ সবিশেষ – দু-মহলীয়া আৰ.চি.চি. ভৱন

সংগ্ৰহ – ৮৫০বিধ সামগ্ৰীতকৈ অধিক

অৱস্থান – জলসিঞ্চন কাৰ্যালয়ৰ বিপৰীত ফালে, শিক্ষা ভৱন প্ৰাঙ্গন, যোৰহাট

(৯) ডিব্ৰুগড় জিলা সংগ্ৰহালয়, ডিব্ৰুগড়

স্থাপনৰ বছৰ – ১৯৯৬

মাটি কালি – ৩ কঠা ৫ লেছা

ভৱনৰ সবিশেষ – নিৰ্মীয়মান অৱস্থাত আৰ.চি.চি. ভৱন

সংগ্ৰহ – ৩০০ বিধ সামগ্ৰীতকৈ অধিক

অৱস্থান – মিলন নগৰ চি.আৰ. ভৱন, মান কটা পথ, ডিব্ৰুগড়-৩

তলত দিয়া সংগ্ৰহালয়কেইটা স্বায়ত্বশাসিত জিলা পৰিষদৰসমূহৰ দ্বাৰা তত্বাৱধান লোৱা হয়-

            (১) জিলা সংগ্ৰহালয়, ডিফু

            (২) হামৰেণ উপ-বিভাগীয় সংগ্ৰহালয়

            (৩) জিলা সংগ্ৰহালয়, ডিফু

            (৪) জিলা সংগ্ৰহালয়, ডিফু